মই ক’ত

মই ক’ত
নাজানো মই ক’ত
তোমাৰ বুকুত ,শিৰত নে দুভৰিত
সকলো জানিও অভিমানত বুৰ যাঁও,
মুক্ত মনে বিলাই দিয়া তোমাৰ মৰমবোৰত
দাবী কঁৰো নিজৰ অধিকাৰ
তোমাক ঘূৰাই দিঁও

What’s your Reaction?
+1
0
+1
4
+1
0
+1
0
+1
0
+1
0
+1
0